বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন। পুৱা ১০ বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ। লতাশিলৰ গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা। তাৰপিছৰে পৰা সন্ধান নাই বৰুৱাৰ। ম’বাইল ফোনো চুইটছ অফ হৈ আছে বিশিষ্ট সংগীত পৰিচালকজনৰ।

Popular

More like this
Related

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ...

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম'হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম'হৰ...