২ভাতৃক অপহৰণ কৰি হত্যা, টংলাৰ জঘন্য কাণ্ডই কঁপাইছে অসম

টংলাৰ নিৰুদ্দিষ্ট ২ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ডিঙি কটা অৱস্থাত উদ্ধাৰ ছাত্ৰ দুজনৰ মৃতদেহ। শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈছিল দুয়ো। টংলা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন। মৃত ছাত্ৰ দুজনৰ নাম গৌৰৱ শৰ্মা, কৌশিক শৰ্মা। আজি পুৱা উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ। দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ। পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল কৌশিক আৰু গৌৰৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...