কোনে চকলেট উপহাৰ দিলে ধোনীক?

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে ধোনীৰ এটা ভিডিঅ’। য’ত তেওঁক দেখিবলৈ পোৱা গৈছে এখন বিমানৰ ভিতৰত। এগৰাকী এয়াৰ হোষ্টেছে ধোনীক চকলেট উপহাৰ দিয়া পৰিলক্ষিত হৈছে।

বিমানখনত কৰ্মৰত এগৰাকী এয়াৰ হোষ্টেছে ধোনীলৈ আগবঢ়াই দিয়ে বহু কেইটা চকলেট। ইয়াৰ মাজৰ পৰা ধোনীয়ে তুলি লয় এটা চকলেটৰ পেকেট। তেখেতৰ সৰলতাই এতিয়া মুগ্ধ কৰিছে সকলোকে। সচাঁকৈয়ে একক আৰু অনন্য তেখেত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...