‘মুখ্যমন্ত্ৰী মহোদয়, মাজুলীৰ ৰাইজক বচাওক’

মাজুলীত পয়ালগা স্বাস্থ্যখণ্ডৰ এক ভয়ংকৰ ছবি। ৩৫ বছৰীয়া এজন লোকে বুকুৰ বিষ অনুভৱ কৰাত ভৰ্তি কৰোৱা হৈছিল মাজুলীৰ জিলা চিকিৎসালয়ত। কিন্তু প্ৰাৰম্ভিক চিকিৎসা কৰিবলৈও নাছিল পৰ্যাপ্ত ঔষধ। চিকিৎসক উপস্থিত আছিল যদিও নাছিল কোনো টেকনিচিয়ান। একপ্ৰকাৰ চিকিৎসাৰ অভাৱত মৃত্যু হ’ল আদিত্য পায়েং নামৰ দুটা সন্তানৰ পিতৃ লোকজনৰ। তেজস্বিতাৰ মৃত্যুৰ পিছত চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীয়ে বহু প্ৰতিশ্ৰুতি দিছিল। পিছে, মাজুলীবাসীৰ বাবে সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...