এসপ্তাহত ১০০ৰো অধিক বাইক চুৰি গুৱাহাটীত

গুৱাহাটীত দ্ৰুত গতিত বৃদ্ধি পাইছে বাইক চোৰৰ সন্ত্ৰাস। এসপ্তাহত ১০০ৰো অধিক বাইক চুৰি গুৱাহাটীত। প্ৰতিদিনে ১০–১২খনকৈ বাইক চুৰি কৰিছে বাইক চোৰৰ দলে। চোৰৰ পৰা সাৰি নগ’ল খোদ আৰক্ষী। বশিষ্ঠ থানাৰ যান-বাহন শাখাৰ বিষয়াৰ বাইক চুৰি। সৰ্বাধিক বাইক চুৰিৰ ঘটনা দিছপুৰ থানা এলেকাত। এটা সপ্তাহত ৫০ৰো অধিক বাইক চুৰি দিছপুৰ থানা এলেকাত। চোৰৰ টাৰ্গেট এনফিল্ড, ডিউক, এফ জেদ বাইক। চুৰি বাইক বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈ সৰবৰাহ । মহানগৰ আৰক্ষী সম্পূৰ্ণৰূপ ব্যৰ্থ চুৰি চক্ৰ উৎখাত কৰাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...