আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুপৰীয়া অসম পাবহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। দিনৰ ১.৩০ বজাত লখিমপুৰত ভাগ ল’ব জনসভাত। বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। সন্ধিয়া অমিত শ্বাহ উপস্থিত হ’ব তিনিচুকীয়াত। সন্ধিয়া ৬ বজাত তিনিচুকীয়া চহৰত ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...