মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম

অসমৰ পিছত মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম
মেঘালয় কেবিনেটে গ্ৰহণ কৰিছে এনে সিদ্ধান্ত
কমোৱা হ’ব দুয়োবিধ ইন্ধনৰ ওপৰত আৰোপিত ভেট
পেট্ৰ’লত ৬.৫ শতাংশ ভেট কমোৱাৰ সিদ্ধান্ত
ডিজেলত ৭ শতাংশ ভেট কমোৱাৰ সিদ্ধান্ত
ফলশ্ৰুতিত দুয়োবিধ ইন্ধনৰ দাম কমিব প্ৰায় ১০ টকাকৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...