মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম

অসমৰ পিছত মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম
মেঘালয় কেবিনেটে গ্ৰহণ কৰিছে এনে সিদ্ধান্ত
কমোৱা হ’ব দুয়োবিধ ইন্ধনৰ ওপৰত আৰোপিত ভেট
পেট্ৰ’লত ৬.৫ শতাংশ ভেট কমোৱাৰ সিদ্ধান্ত
ডিজেলত ৭ শতাংশ ভেট কমোৱাৰ সিদ্ধান্ত
ফলশ্ৰুতিত দুয়োবিধ ইন্ধনৰ দাম কমিব প্ৰায় ১০ টকাকৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...