সদ্যহতে কাগজ কলৰ কৰ্মচাৰী সকলে খালী কৰিব নালাগে আৱাসগৃহ সমূহ

জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰে হোৱা বৈঠক সমাপ্ত

সদ্যহতে কাগজ কলৰ কৰ্মচাৰী সকলে খালী কৰিব নালাগে আৱাসগৃহ সমূহ
• AIDCৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য
• আলোচনা সৌহাৰ্দ্যপূৰ্ণ অৱস্থাত সমাপ্ত হৈছে : চন্দ্ৰমোহন পাটোৱাৰী
• বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে : পাটোৱাৰী
• ইয়াৰ পিছত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ’ব : পাটোৱাৰী
• ‘সকলো কথা মুখ্যমন্ত্ৰীয়ে সময়ত জনাব’
• ‘কৰ্মচাৰীসকল আশ্বস্ত হৈছে’
• ‘মুখ্যমন্ত্ৰীয়ে ভাল খবৰটো ৰাইজক দিব’
• ‘আমিও সুখী তেওঁলোকো সুখী’ : চন্দ্ৰমোহন পাটোৱাৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...