সদ্যহতে কাগজ কলৰ কৰ্মচাৰী সকলে খালী কৰিব নালাগে আৱাসগৃহ সমূহ

জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰে হোৱা বৈঠক সমাপ্ত

সদ্যহতে কাগজ কলৰ কৰ্মচাৰী সকলে খালী কৰিব নালাগে আৱাসগৃহ সমূহ
• AIDCৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য
• আলোচনা সৌহাৰ্দ্যপূৰ্ণ অৱস্থাত সমাপ্ত হৈছে : চন্দ্ৰমোহন পাটোৱাৰী
• বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে : পাটোৱাৰী
• ইয়াৰ পিছত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ’ব : পাটোৱাৰী
• ‘সকলো কথা মুখ্যমন্ত্ৰীয়ে সময়ত জনাব’
• ‘কৰ্মচাৰীসকল আশ্বস্ত হৈছে’
• ‘মুখ্যমন্ত্ৰীয়ে ভাল খবৰটো ৰাইজক দিব’
• ‘আমিও সুখী তেওঁলোকো সুখী’ : চন্দ্ৰমোহন পাটোৱাৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...