নলবাৰী আৰক্ষীত ব্যাপক সাল-সলনি

  • নলবাৰী আৰক্ষীত ব্যাপক সাল-সলনি
  • একদিনাই সাল-সলনি কৰা হ’ল ৪৮জনকৈ আৰক্ষী কনিষ্টবলক
  • ‍নলবাৰী, ঘগ্ৰাপাৰ, বেলশৰ, টিহু, মুকালমুৱা, কমাৰকুছি আৰক্ষী থানাৰ কনিষ্টবলক সাল–সলনি
  • ৪বছৰতকৈ অধিক সময় একেখন থানাত থকা কনিষ্টবলক সাল–সলনি
  • নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত ৰদবদল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...