এটি দুৰ্ভগীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা

ৰাজপথত পিতৃৰ নিঠৰ শৰীৰ। কাষত পত্নীৰ কান্দোন। আহত মাতৃক শান্তনা দিছে এটি কণমানিয়ে। লখিমপুৰত পূজাৰ মাজতেই এটি দুৰ্ভগীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা। ৰাজ্যৰ আন কেইবা ঠাইতো পূজাৰ বতৰতে সংঘটিত হৈছে পথ দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...