অসমতো বৃদ্ধি পাব মহিলা সাংসদ-বিধায়কৰ সংখ্যা

বহু সাংসদ-বিধায়কে হেৰুৱাব নিজৰ নিজৰ সমষ্টি

নিজৰ সমষ্টিটো সংৰক্ষিত হ’ব পাৰে মহিলাৰ বাবে

অসমতো বৃদ্ধি পাব মহিলা সাংসদ-বিধায়কৰ সংখ্যা

অসমত বৰ্তমান মহিলা সাংসদ-বিধায়কৰ সংখ্যা ১০ শতাংশতকৈও কম

১৪খন লোকসভা আসনৰ ভিতৰত মহিলা সাংসদ মাথো ১গৰাকী

১২৬খন বিধানসভা আসনৰ ভিতৰত মহিলা বিধায়ক ৬গৰাকী

লোকসভাত অসমৰ পৰা মহিলাৰ প্ৰতিনিধিত্ব মাথো ৭শতাংশ

বিধানসভাত অসমত মহিলাৰ প্ৰতিনিধিত্ব মাথো ৫ শতাংশ

লোকসভাৰ ১৪খন আসনৰ ভিতৰত ৪খন আসন সংৰক্ষণ হ’ব মহিলাৰ বাবে

বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ৪২খন আসন সংৰক্ষণ হ’ব মহিলাৰ বাবে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...