হাতীয়ে গৃহহাৰা কৰিলে ৪টা দৰিদ্ৰ পৰিয়ালক

গোৱালপাৰা জিলাত পুনৰ গা কৰি উঠিছে হাতী-মানুহৰ সংঘাতে৷ শেহতীয়াকৈ লক্ষীপুৰ আৰু কুকুৰকাটা অঞ্চলত  বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বনকৰ্মী আৰু এগৰাকী মহিলা নিহত হোৱাৰ পিছতেই নিশা দুধনৈৰ নিকটৱৰ্তী নৱগ্ৰাম গাঁৱত চাৰিটাকৈ বাসগৃহ ভাঙি তচনচ কৰে৷ হাতীৰ আক্ৰমণত অতিকে দুখীয়া পৰিয়ালৰ চাৰিওটা বাসগৃহৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা সামগ্ৰীসমূহ নষ্ট কৰাৰ উপৰিও ধান-চাউল খাই শেষ কৰে৷

বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ পিছতো ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ বন বিভাগৰ লোকসকল নহাত গাঁওবাসীয়ে ক্ষোভ প্ৰকাশ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...