মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰৰ দেহাৱসান

মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰৰ দেহাৱসান। ৮৫ বছৰ বয়সত পৰলোক প্ৰাপ্তি সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ। পুৱা ৭ বজাত যোৰহাট মেডিকেল কলেজত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত মহন্তৰ দুবছৰ পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটিছিল। প্ৰায় এবছৰ ধৰি JMCHত চিকিৎসাধীন হৈ আছিল ললিত চন্দ্ৰ মহন্ত। প্ৰয়াত মহন্ত এগৰাকী মুখাশিল্পীৰ লগতে আছিল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। ২০২০ চনত সত্ৰাধিকাৰ হিচাপে নিৰ্মালী গ্ৰহণ কৰিছিল মহন্তই। সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাজুলীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...