USTM ৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ

বিপদে লগ নেৰা হৈছে আচাৰ্য মহবুবুল হকক। USTM ৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ। শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জিম্মাত ল’লে হকক। আদালতৰ পৰা প্ৰডাকছন ওয়াৰেন্ট লৈ ঢেকিয়াজুলিলৈ নিলে হকক। মুকচেদ আলম নামৰ এজন লোকে মহবুবুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত তৰিছিল গোচৰ। উল্লেখযোগ্য যে মহবুবুল হক আৰু ৫ সহযোগী ন্যায়িক জিম্মাত আছিল। এটাৰ পিছত আনটো গোচৰত গ্ৰেপ্তাৰ হৈছে আচাৰ্য মহবুবুল হক পাথাৰকান্দি থানাৰ গোচৰৰ পিছত এইবাৰ ঢেকিয়াজুলি থানাৰ গোচৰত অভিযুক্ত হক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...