পুৱাই ভূমিকম্পৰ জোকাৰণি, হাহাকাৰ চৌদিশে

পুৱাৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পই কঁপাই গ’ল আফগানিস্তান। ৰিখটাৰ স্কেলত এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৮। এইপৰ্যন্ত এই ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতিৰ খবৰ অহা নাই।

Popular

More like this
Related

বিবাহ বিচ্ছেদ ঘটিল এ. আৰ. ৰহমান আৰু ছাইৰা বানুৰ

অন্ত পৰিল ২৯ বছৰীয়া বৈবাহিক জীৱন। বিবাহ বিচ্ছেদ ঘটিল...

একেটা পৰিয়ালৰে ৪জনকৈ লোকক হত্যা

ৰূপহীহাটৰ গড়াজানত লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰ ৪জনক হত্যা। চোকা...

অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ

অসম, মেঘালয়, মিজোৰাম, মণিপুৰত ধুমুহা-বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই...

ছীটবেল্ট, হেলমেট নিপিন্ধিলে ডিপোত নাপাব তেল

গাড়ীখন বা বাইকত বাহিৰলৈ ওলাই গ'লে ছীটবেল্ট নাইবা হেলমেট...