পুৱাই ৪.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

পুৱা ৫.৩০ বজাত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নেচনেল চেণ্টাৰ ফৰ চিচমোলজীৰ মতে ভূমিকম্পৰ জোকাৰণি সৰ্বাধিক ৰাজধানী পৰ্টব্লেয়াৰত অনুভূত হৈছিল। ৰিখ্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৩ । পুৱাই পৃথিৱী কঁপি উঠাৰ ফলত ঘৰলৈ বাহিৰলৈ ঢপলিয়াই আহে লোকসকল। তীব্ৰ শীতৰ মাজতে ভূমিকম্পৰ জোকাৰণিয়ে উদ্বিগ্ন কৰি তুলিছে সাধাৰণ জনসাধাৰণক। এতিয়ালৈকে কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই। সাগৰৰ পাৰত থকা লোকসকলক সাৱধান হোৱাৰ আহ্বান প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...