কোকিলকণ্ঠী লতা মংগেশকাৰ আৰু নাই! ৯২ বছৰ বয়সত মহাপ্ৰয়াণ

ইতিহাস হ’ল এক সোণালী কণ্ঠ। ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ। ২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। শনিবাৰে হাস্পতালত জ্যেষ্ঠ ভগ্নীৰ স্বাস্থ্যৰ বুজ লৈছিল আশা ভোছলেই। প্ৰায় দুঘণ্টা সময় ধৰি হাস্পতালত সময় কটায় আশা ভোছলেয়ে। দেশবাসীক প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল আশা ভোছলেই। দেশবাসীৰ প্ৰাৰ্থনাৰ মাজতে ইহ সংসাৰৰ পৰা বিদায় ল’লে লতা মংগেশকাৰে। উল্লেখ্য যে কৰ’ণাত আক্ৰান্ত হৈছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...