মঙলবাৰে মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ’ব ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া

মঙলবাৰে মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ’ব ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া। ক্ৰাইম ব্ৰান্সে কৰা তদন্তত ৰণবীৰক সহযোগিতা কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ইণ্ডিয়া্ছ গট লেটেণ্ট অনুষ্ঠানত কৰিছিল কেতবোৰ অশালীন মন্তব্য। যাৰ বাবে অসম, মহাৰাষ্ট্ৰত গোচৰ ৰুজু হৈছিল ৫ ইউটিউবাৰৰ বিৰুদ্ধে। লগতে আজিৰ শুনানিত ৰনবীৰক পুনৰ পডকাষ্ট কৰাৰ অনুমতি ন্যায়ালয়ৰ। কিন্তু অনুষ্ঠানত থাকিব লাগিব শালীনতা। আজি উচ্চতম ন্যালয়ালয়ত হোৱা শুনানিত এই নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...