অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ মূল্য ৭৬ লাখ বুলি প্ৰকাশ কৰিছিল চুমিয়ে। গুৱাহাটীৰ ঘোঁৰামাৰাৰ তাৰ্কিকৰ ঘৰৰ পৰা উদ্ধাৰ বহু সামগ্ৰী। বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰিলে SITয়ে। পাথৰকুঁৱৰীৰ এপাৰ্টমেণ্টৰ পৰাও জব্দ দুখন বিলাসী বাহন। আটাইবোৰ সামগ্ৰী CIDৰ SIT দলে প্ৰেৰণ কৰিছে ডিব্ৰুগড়লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...