নৱ নিৰ্বাচিত প্ৰতিনিধিসকলক ওলগ যুক্তৰাজ্য অসম সাহিত্য সভাৰ

যুক্তৰাজ্য অসম সাহিত্য সভাই এক জৰুৰীকালীন কাৰ্যনিৰ্বাহক কমিটীৰ সভাৰ দ্বাৰা অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু উপ সভাপতি পদুম ৰাজখোৱাক অভিনন্দন জনোৱাৰ লগতে নিৰ্বাচনৰ গণনাৰ সময়ত হোৱা ঘটনাৰ বাবে চূড়ান্ত উদ্বেগ প্ৰকাশ কৰি এই ঘটনা অতি অপ্ৰত্যাশিত, অশোভনীয় আৰু অপ্ৰীতিকৰ বুলি অসন্তোষ প্ৰকাশ কৰিছে।‌


এনে এখন সন্মানীয় আৰু পুৰণি অসমীয়া জাতীয় অনুষ্ঠানৰ এই কাৰ্য সম্পূৰ্ণ সংবিধান বিৰোধী। এই অৱস্থাই যুক্ত ৰাজ্য অসম সাহিত্য সভাৰ সকলো সদস্যকে লজ্জিত আৰু অসম সাহিত্য সভাৰ ভৱিষ্যত সম্পৰ্কে অতি উদ্বিগ্ন কৰিছে।
সভাই অনুৰোধ জনাইছে যে এনে ধৰণৰ অশোভনীয় ঘটনাৰ যেন পুনৰাবৃত্তি নঘটে তাকে কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...