দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত ১ লাখ ৭ হাজাৰ লোক

সমগ্ৰ দেশত অপৰিবৰ্তিত ক’ভিড পৰিস্থিতি। দেওবাৰে দেশত ক’ভিডত আক্ৰান্ত হৈছে ১ লাখ ৭ হাজাৰ ৪৭৪ জন লোক। একেদিনাই মৃত্যু হৈছে ৮৬৫ জন ক’ভিড আক্ৰান্ত ৰোগীৰ। বৰ্তমানেও সক্ৰিয় ক’ভিড ৰোগী আছে ১২ লাখ ২৫ হাজাৰ ১১ জন। দৈনিক পজিটিভিটীৰ হাৰ হৈছে ৭.৪২ শতাংশ।
ইফালে, দেওবাৰে সমগ্ৰ বিশ্বত ক’ভিডত আক্ৰান্ত হৈছে ৯ লাখ ৫৮ হাজাৰ ৪১০ জন লোক। ২৪ ঘণ্টাত মৃত্যু হৈছে ২ হাজাৰ ৮০৪ জনৰ। আৰোগ্য লাভ কৰিছে ৭ লাখ ৪০ হাজাৰ ৯৯৩ জনে। এতিয়াও বিশ্বজুৰি সক্ৰিয় ক’ভিড ৰোগী আছে ৭ কোটি ৫৬ লাখ ১৬ হাজাৰ ৩৪৫ জন। আক্ৰান্তৰ শীৰ্ষত এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত আছে ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...