ক’ভিডশূন্য হোৱাৰ দিশে অসম!

ক’ভিডশূন্য হোৱাৰ দিশে অসম! বিগত ২৪ ঘণ্টাত অসমত ছজন লোক আক্ৰান্ত হৈছে ক’ভিডত। কামৰূপ(ম) জিলাত দুজন লোক আক্ৰান্ত হৈছে। মুঠ ৩,০৬২গৰাকী লোকে ক’ভিড টেষ্ট কৰিছিল। আনহাতে, যোৱা ২৪ ঘণ্টাত এজনো লোকৰ মৃত্যু হোৱা নাই। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৮৮ শতাংশ। বুধবাৰে অসমত মুঠ ৯জন লোক আক্ৰান্ত হৈছে ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...