- আজি কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব শ্বেৰমান আলীয়ে
- প্ৰদেশ কংগ্ৰেছে দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ আজি অন্তিম দিন
- কংগ্ৰেছৰ চৰ্ত মানি ল’বলৈ অস্বীকাৰ শ্বেৰমান আলীৰ
- সংখ্যালঘূৰ হৈ কোনো মন্তব্য নিদিবলৈ শ্বেৰমানক চৰ্ত দিছিল প্ৰদেশ কংগ্ৰেছে
- শ্বেৰমানৰ উত্তৰৰ পিছত কংগ্ৰেছে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ’ব