ঢকুৱাখনাৰ মাহধোৱাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

ঢকুৱাখনাৰ মাহধোৱাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। দেৱেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ দুৰ্বৃত্তৰ। চাইৰেনযুক্ত এম্বুলেন্স ব’লেৰ’ বাহনত আহিছিল দুৰ্বৃত্ত। ৪-৫ জনীয়া দুৰ্বৃত্তই দোকানৰ পৰাই অপহৰণ কৰি নিয়ে ব্যৱসায়ীজনক। দোকানলৈ গ্ৰাহকৰ ভেশত আহিছিল দুৰ্বৃত্তৰ দলটো। এই ঘটনাৰ পিছতে অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...