আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত

  • ‘আপোন ঘৰ’ৰ বাবে ১৩০ কোটি ৬৪ লাখ টকা পুনৰ মুকলি
  • এতিয়ালৈ ৩১ হাজাৰ ৯৯৬জন চৰকাৰী চাকৰিয়াললৈ এই আঁচনিৰ অধীনত ঋণ
  • অংগনৱাড়ী কৰ্মী-সহায়িকাই ৬০ বছৰ বয়সত অৱসৰ ল’ব লাগিব
  • মিনি অংগনৱাড়ী কৰ্মীৰ বাবেও অৱসৰৰ বয়স ৬০ বছৰ নিৰ্ধাৰণ
  • অংগনৱাড়ী কৰ্মীয়ে অৱসৰৰ সময়ত ৪ লাখকৈ,সহায়িকাই ৩লাখকৈ টকা পাব
  • মিনি অংগনৱাড়ী কৰ্মীয়ে অৱসৰৰ সময়ত ২ লাখকৈ টকা পাব
  • অইল কোম্পানীসমূহক একেলগ কৰি এটা কোম্পানী গঠন কৰা হ’ব
  • অইল কোম্পানীবোৰৰ সকলো বিনিয়োগ এটা একাউণ্টত আনিবলৈ এই পদক্ষেপ
  • GeM PORTALৰ জৰিয়তে সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰিব
  • থলুৱা উদ্যোগেও GeM PORTALত পঞ্জীয়ন কৰিব লাগিব
  • গুৱাহাটীত নিৰ্মাণ কৰা হ’ব আন এটা ৰ’পৱে’
  • বেংক গেৰাণ্টী, কনট্ৰেক্টৰ সকলো লেনদেন ডিজিটেলী হ’ব
  • NRLৰ ২৬% শ্বেয়াৰৰ বাবে ৪১৬ কোটি টকা মুকলি
  • ইয়াৰ লগে লগে সম্পূৰ্ণ হ’ল NRLৰ শ্বেয়াৰ ক্ৰয় প্ৰক্ৰিয়া
  • ২% খালী পদ অৱসৰপ্ৰাপ্ত সৈনিকৰ জৰিয়তে পূৰণ কৰা হ’ব
  • মহিলা আয়োগক সক্ৰিয় কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ
  • আয়োগৰ অধ্যক্ষক মাহে ৫০ হাজাৰ টকাকৈ পাৰিতোষিক দিয়াৰ সিদ্ধান্ত
  • উপাধ্যক্ষক মাহে ৪০হাজাৰ টকা,সদস্যসকলক ৩৫হাজাৰ টকাকৈ দিয়া হ’ব
  • নতুন গাড়ীসহ যাৱতীয় সকলো সা-সুবিধা প্ৰদানৰো সিদ্ধান্ত
  • নাৰীজনিত সমস্যাসমূহ সমাধানৰ বাবে এই পদক্ষেপ গ্ৰহণ
  • আয়োগৰ কৰ্মকৰ্তাই ফিল্ডলৈ গৈ কাম কৰিব পৰাকৈ এই ব্যৱস্থা
  • ভৱেশ কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাক কেবিনেট ৰেংক প্ৰদান
  • প্ৰশান্ত ফুকন, বিদ্যাছিং ইংলেং, ৰমাকান্ত দেউৰীক কেবিনেট মৰ্যাদা
  • বলিন চেতিয়াকো কেবিনেট মৰ্যাদা প্ৰদান
  • AEGCLৰ ৬.৪২ কোটি টকাৰ ঋণ ইকুইটীলৈ পৰিৱৰ্তন
  • APDCLৰো ৪৫৫ কোটি টকাৰ ঋণ ইকুইটীলৈ পৰিৱৰ্তন
  • বিদ্যুৎ বিভাগৰ আটাইকেইটা কোম্পানী এতিয়া লাভ অৰ্জনকাৰী হ’ব
  • ১৯৬টা গাৰো-চাকমা পৰিয়ালক আঢ়ৈ কঠাকৈ ভূমি দিয়াৰ সিদ্ধান্ত
  • লংকাত অবৈধ দখল উচ্ছেদ কৰি মোকলোৱা মাটি পাব এই পৰিয়ালসমূহে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...