৩১ মে’লৈকে চাব পাৰিব কাজিৰঙা, পৰ্যটকৰ বাবে অন্তিম সুযোগ!

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ পৰ্যটন খণ্ডলৈ সুখবৰ। ৩১ মে’লৈ বৃদ্ধি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২১-২২ পৰ্যটন বৰ্ষ। দৰ্শনাৰ্থীৰ বাবে ১৫ দিনৰ বাবে বৃদ্ধি কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী।

fill photo

উল্লেখ্যে যে, ১৫ মে’ত ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰাৰ জাননী জাৰি কৰিছিল উদ্যান কৰ্তৃপক্ষই। পৰ্যটকৰ অভাৱনীয় সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...