বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ খাদ্যত বিষক্ৰিয়া!

  • কামৰূপৰ বামুন্দীত সংঘটিত হয় খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা।
  • বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰিছে ২০০ তকৈ অধিক লোক।
  • ইয়াৰে শতাধিক জন বৰ্তমানো চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত ।
  • অসুস্থ লোক সকলক ভৰ্ত্তি কৰা হৈছে শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত।
  • শংকৰ দাসৰ ভনীয়েকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আহাৰ গ্ৰহণ কৰি অসুস্থ হৈ পৰে লোকসকল৷
  • অসুস্থ সকলৰ ভিতৰত আছে কেইবাজনো শিশু।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...