বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান

বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান। ৮৯ বছৰ বয়সত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। মন মন্দিৰ, অনুৰাধা আদি অসমীয়া চলচ্চিত্ৰত গীত ৰচনাৰে খলকনিৰ সৃষ্টি কৰিছিল ৰেড্ডীয়ে।

সুধাকণ্ঠ ভূপেন হাজৰিকা, খগেন মহন্ত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ দৰে বৰেণ্য শিল্পীৰ লগত তবলা সংগত কৰিছিল কালী প্ৰসাদ ৰেড্ডীয়ে। নাজিৰা চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা আছিল শিল্পী জন। ৰেড্ডীৰ বিয়োগত সমগ্ৰ নাজিৰাত শোকৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...