স্কুলৰ নৱনিৰ্মিত গৃহ নিৰ্মাণত বিয়াগোম দুৰ্নীতি, কোন এই জীৱন মণ্ডল?

কলিয়াবৰত বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। কলিয়াবৰৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই দুৰ্নীতি। নৱনিৰ্মিত গৃহ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ গাঁওবাসীৰ। বিদ্যালয়খনৰ সভাপতি জীৱন মণ্ডলৰ বিৰুদ্ধে নিজ খেয়াল খুচি ম’তে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ। গৃহ নিৰ্মাণত ব্যৱহৃত ইটাৰ লগতে অন্যান্য কাম কাজো অতি নিম্ন পৰ্যায়ৰ হোৱাৰ অভিযোগ। অভিভাৱক তথা স্থানীয় ৰাইজে উত্থাপন কৰিছে এই অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...