আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী আইজুল হক, বিমান মেধি আৰু গৌতম বৰা

নিশা চামগুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। চামগুৰি আৰক্ষীৰ জালত ৩ টা ড্ৰাগছ সৰবৰাহকাৰী। চামগুৰি বাজিয়াগাঁৱৰ ৰাইজৰ সহযোগত আটক ড্ৰাগছ সৰবৰাহকাৰী কেইটা। ১৩ গ্ৰাম ড্ৰাগছসহ আটক খলিহা মাৰিৰ আইজুল হক, গেন্ধালীৰ বিমান মেধি আৰু গৌতম বৰা। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এখন নম্বৰপ্লেট বিহীন R-15 আৰু AS-02F-3600 নম্বৰৰ মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...