জোনমণিৰ ঘনিষ্ঠ ৰিয়াজুলৰ শাহুৱেকৰ বিস্ফোৰণ

0 11,256

SI জোনমণি ৰাভাৰ মৃত্যুৱে ১০ টা দিন অতিক্ৰম কৰিলে। ১০টা দিনে নোলাল জোনমণিৰ মৃত্যুৰ আঁৰৰ ৰহস্য। তাৰ মাজতে ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য ফাদিল হৈছে। ৬ মে’ত SI জোনমণিয়ে নকল সোণ-নকল টকাৰ চক্ৰৰ ঘৰত চলাইছিল এক অভিযান । জোনমণিৰ সংগ দিয়া ৰিয়াজুল ইছলামো আছিল সেই অভিযানত। শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা ৰিয়াজুল ইছলামৰ শাহুৱেকে আনিছে কেতবোৰ বিস্ফোৰক তথ্য। 

জোনমণি ৰাভাৰ মৃত্যু ৰহস্য!

পোহৰলৈ আহি আছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য

জোনমণিৰ ঘনিষ্ঠ ৰিয়াজুলৰ শাহুৱেকৰ বিস্ফোৰণ

ফাদিল আৰক্ষী-সোণ চক্ৰৰ মিতিৰালিৰ গোপন অধ্যায়

১০টা দিনে নোলাল জোনমণিৰ মৃত্যু ৰহস্য

আৰক্ষী-সোণ চক্ৰৰ মিতিৰালিৰ গোপন অধ্যায়

আমিনা বেগমে ৯০ হাজাৰ টকা একাউণ্টত সোমোৱাই দিছিল ৰিয়াজুলৰ

জোনমণি ৰাভাই ৰিয়াজুলক লৈ ৬ মে’ত নকল সোণ চক্ৰৰ ঘৰত চলাইছিল অভিযান

তেতিয়াই আমিনা বেগমেৰে ধনৰ লেনদেন হৈছিল

থানাত সোণ চক্ৰৰ আত্মসমৰ্পণৰ জোৱাৰ উঠিছে

৬৮ নকল সোণ-নকল টকাৰ বেহা চলোৱা সদস্যই আত্মসমৰ্পণ কৰিছে

‘জোনমণি ৰাভাক হত্যা কৰিছে’

হত্যাৰ ভাবুকি আহিছে হিচিনা বেগমলৈ!

মানসিক চাপত ভুগিছে হাচিনা বেগমে

এতিয়াও নোলাল SI জোনমণি ৰাভাৰ মৃত্যু ৰহস্য

……………….

Leave A Reply

Your email address will not be published.