বিহুৰ পূৰ্বে ব্যাপক ৰদবদল, ৯৬জন আৰক্ষীক বদলিৰ নিৰ্দেশ

যোৰহাট জিলা আৰক্ষীত ব্যাপক সালসলনি। কনিষ্টবল পৰ্যায়ত ৬৫জনক অন্য স্থানলৈ বদলি কৰা হৈছে। উপপৰিদৰ্শক আৰু সহকাৰী উপ পৰিদৰ্শক পৰ্যায়ত ১১জনক অন্য স্থানত নিয়োগ কৰা হৈছে। গৃহৰক্ষী বাহিনীৰ ২০জনক বদলিৰ নিৰ্দেশ। মুঠ ৯৬জন আৰক্ষীক ৰদবদল। যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নিৰ্দেশনা এই বদলিৰ নিৰ্দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...