চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় শিবিৰলৈ বেয়া খবৰ। বুমৰাহ বিহীন টীম ইণ্ডিয়া। আঘাতৰ বাবে দলৰ পৰা বাহিৰ বুমৰাহ। বুমৰাহৰ স্থানত হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত। আনহাতে যশস্বী জয়ছোৱালৰ ঠাইত দলত স্থান লাভ বৰুণ চক্ৰৱৰ্তীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...