কাশ্মীৰত সেনাৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

অশান্তিজৰ্জৰ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ। পুৱাই পুলৱামা আৰু গাণ্ডেৰবল আৰু হাণ্ডৱাৰাত ভাৰতীয় আৰক্ষী-নিৰাপত্তাৰক্ষী বাহিনীৰ পৃথক দুটা অভিযানত নিহত হয় ৪টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ইয়াৰে লস্কৰ-ঈ-তৈয়বাৰ এজন আৰু জঈছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদী থিতাতে নিহত হয়। বৰ্তমানেও সীমান্তত অব্যাহত আছে সংঘৰ্ষ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

২০২৯ৰ পৰা মংগল গ্ৰহলৈ মানৱ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা ইলন মাস্কৰ

ইলন মাস্কে স্পেচএক্সৰ মংগল অভিযানৰ বাবে এক উচ্চাভিলাষী সময়সূচী...

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত...

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ। বিস্ফোৰণত কঁপি উঠিল কাটিগড়াৰ তাৰিণীপুৰ...