আন্তঃৰাষ্ট্ৰীয়

কিমানজন পাকিস্তানী ভাৰতৰ কাৰাগাৰত আছে? পাকিস্তানৰ জে’লত কিমান ভাৰতীয় আছে?

ভাৰত আৰু পাকিস্তানে মঙলবাৰে দিল্লী আৰু ইছলামাবাদত কূটনৈতিক মাধ্যমেৰে পৰস্পৰৰ মাজত বন্দীৰ তালিকা বিনিময় কৰিছে। ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে এই কথা এক বিবৃতিৰ জৰিয়তে জনাইছে।...

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক নিলম্বন কৰিলে আদালতে

ফোন কল ভাইৰেল হোৱাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক নিলম্বন কৰিলে আদালতে! স্থায়ীভাৱে অপসাৰণৰো সম্ভাৱনা থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পায়েটোংটাৰ্ণ শিনাৱাত্ৰাক দেশৰ সাংবিধানিক ন্যায়ালয়ে নিলম্বন কৰিছে। তেওঁৰ বিৰুদ্ধে নীতি...

এইবাৰ গাজালৈ দৃষ্টি ট্ৰাম্পৰ! ট্ৰাম্পে বিচাৰিছে হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি

আগন্তুক এসপ্তাহৰ ভিতৰত গাজা আৰু ইজৰাইলৰ মাজত সংঘৰ্ষবিৰতি হ’ব পাৰে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে। দেওবাৰেও তেওঁ সামাজিক মাধ্যম ‘ট্ৰুথ ছ’চিয়েল’ত...

ইউক্ৰেইনত ৰাছিয়াৰ ‘সৰ্ববৃহৎ বিমান আক্ৰমণ’! প্ৰতিৰোধৰ সময়ত ধ্বংস এফ-১৬ যুঁজাৰু বিমান

ইউক্ৰেইনৰ ওপৰত এটাৰ পিছত এটা ৰুছ ক্ষেপণাস্ত্ৰ পৰিছে। ৰয়টাৰ্ছৰ বাতৰি অনুসৰি, এজন জানিব পৰা গৈছে যে বিগত তিনি বছৰৰ ভিতৰত এয়া ৰাছিয়াৰ আটাইতকৈ ডাঙৰ...

আমাৰ স্বাৰ্থৰ ক্ষতি হ’লে আমি মনে মনে নাথাকো! ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ চৰ্চাৰ মাজতে চীনৰ বিবৃতি

আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি সম্পন্ন কৰাৰ সময়ত কোনো দেশে চীনৰ স্বাৰ্থত বাধাৰ সৃষ্টি কৰিলে চীন নিশ্চুপ হৈ নাথাকিব! চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ প্ৰশাসনে এনে...

Popular