আন্তঃৰাষ্ট্ৰীয়

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি পৰিব। এইবাৰৰ প্ৰতিযোগিতাত ভাৰতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ৩০টা সোণ, ৩৫টা ৰূপ আৰু ৪৯টা...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে বন্দুকধাৰীয়ে কৰা গুলীচালনাত ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত হয়। কাৰাক প্ৰদেশৰ হামুদ গীৰ্জাত সংঘটিত...

ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিৰ বাবে সন্মত জেলেনস্কি, ইউক্ৰেইনৰ ২৫ শতাংশ ভূ-খণ্ডৰ ওপৰত ৰাছিয়াৰ নিয়ন্ত্ৰণ মানি ল’বলৈ সন্মত ইউক্ৰেইন?

যুদ্ধবিৰতিৰ বাবে সন্মতিৰ ইংগিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ, ৰাছিয়াৰ আগ্ৰাসন ৰোধৰ বাবে বিচাৰিলে নিৰাপত্তাৰ নিশ্চয়তা। ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ উদ্দেশ্যে বৰ্তমান দুয়োপক্ষৰ সেনা যি...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১৬জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৩২জন লোক আহত হৈছে। চীনৰ...

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ পূব প্ৰান্তৰ তেল নগৰী দাম্মামস্থিত কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত আক্ৰমণত এজন ভাৰতীয় নাগৰিকসহ দুজন...

Popular