আন্তঃৰাষ্ট্ৰীয়

লণ্ডনৰ নদীত উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহ

এইবাৰ লণ্ডনৰ এখন নদীত উদ্ধাৰ হৈছে ভাৰতীয় ছাত্ৰৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ২৩ বছৰীয়া এজন ভাৰতীয় ছাত্ৰৰ। খবৰ অনুসৰি মৃতদেহটো ভাৰতৰ মিটকুমাৰ পেটেল নামৰ...

৫ বিদেশী ৰাষ্ট্ৰৰ লগতে বিভিন্ন ৰাজ্যৰ দুশৰো অধিক বিপনীৰ অংশগ্রহণ

বৰ্ণিল কাৰ্যসূচীৰে ইণ্টাৰনেশ্যনেল লিঅ' এক্সপ' উদ্বোধন কৰিলে সাংসদ কুইন ওজাই মহানগৰীৰ মণিৰাম দেৱান আন্তর্জাতিক বাণিজ্য কেন্দ্রত আজিৰে পৰা আৰম্ভ হৈছে ২৪ তম ইণ্টাৰনেচনেল লিঅ' এক্সপ'।...

আয়ুস শেষ হোৱাত ধ্বংস কৰা হ’ব আন্তৰ্জাতিক মহাকাশ আস্থান

খুব সোনকালেই ইতিহাসত পৰিণত হ’ব মহাকাশ গৱেষণাৰ অনবদ্য বৰঙনি আগবঢ়োৱা International Space Station। মহাকাশৰ নিম্ন কক্ষপথত অৱস্থান কৰি পৃথিৱীৰ চৌপাশে বিচৰণ কৰি থকা এই...

অগ্নিগৰ্ভা আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰিস্থিতি

অগ্নিগৰ্ভা আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰিস্থিতিআৰক্ষীৰ গাড়ী-বাছ-ট্ৰাম জ্বলাই দিলে ক্ষুব্ধ জনতাইবহু প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী লুণ্ঠন উন্মত্ত লোকৰ৩টি শিশুসহ দুগৰাকী মহিলাক ছুৰিকাঘাতৰ পিছতে জ্বলি উঠিল ডাবলিনপ্ৰব্ৰজনকাৰীয়ে...

ৱাংখেড়েত মহাবিস্ফোৰণ অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ

ক্ৰিকেট হেনো টীম গে’ম, দলগত উদ্যম নহ’লে ক্ৰিকেটত হেনো এজনে খেল জিকাব নোৱাৰে। কিন্তু মুম্বাইৰ ৱাংখেড়েত এজন ক্ৰিকেটাৰে প্ৰচলিত এই আপ্তবাক্য অসাৰ প্ৰতিপন্ন কৰি...

Popular