আন্তঃৰাষ্ট্ৰীয়

চীনৰ GDPৰ বিকাশৰ হাৰ ৪.৯%; ভাৰতৰ GDPৰ বিকাশৰ হাৰ ৮.২%

বিশ্বৰ প্ৰতিখন দেশৰ মাজতে বিগত কেইবা দশক ধৰি অৰ্থনৈতিক বিকাশৰ প্ৰতিযোগিতা চলি আহিছে। বিভিন্ন সময়ত উন্নত দেশসমূহৰ স’তে কেতবোৰ আৰ্থিক বিষয়ত ফেৰ মাৰিবলৈ সক্ষম...

ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয় পালন কৰে পৱিত্ৰ মহৰম?

ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয় পালন কৰে পৱিত্ৰ মহৰম? আজি পৱিত্ৰ মহৰম। আত্মত্যাগ আৰু জীৱনদানৰ এই স্মৃতিপৰ্বই একতা, ন্যায়, সত্য আৰু ভাতৃত্ববোধৰ প্ৰতি সকলোকে অনুপ্ৰাণিত কৰক।...

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে মনোনীত ড’নাল্ড ট্ৰাম্প

অৱধাৰিতভাৱে যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে লাভ কৰিলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ মনোনয়ন। মিলৱাকীত সোমবাৰে অনুষ্ঠিত হৈছিল ৰিপাব্লিকান দলৰ নেচনেল কনভেনচন। এই সন্মিলনতেই...

কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ জয়লাভ

কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ জয়লাভ। ১-০ গ’লত কলম্বিয়াক পৰাস্ত কৰে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই। অতিৰিক্ত সময়ত আৰ্জেণ্টিনাই দিলে বিজয়সূচক গ’লটো। ১১২ মিনিটত মাৰ্টিনেজে দিয়ে একমাত্র গ’লটো।...

চতুৰ্থবাৰৰ বাবে ইউৰো কাপ দখল কৰিলে স্পেইনে

চতুৰ্থবাৰৰ বাবে ইউৰো কাপ দখল কৰিলে স্পেইনে। ২-১ গ’ল ইংলেণ্ডক পৰাভূত কৰি চেম্পিয়ন হ’ল স্পেইন। ১২ বছৰৰ পাছত পুনৰ ইউৰো কাপ আহিল ৰঙা জাৰ্চী...

Popular