আন্তঃৰাষ্ট্ৰীয়

ৱাশ্বিংটনত বোমাৰে আক্ৰমণৰ পৰিকল্পনা ইৰাণৰ! ট্ৰাম্প প্ৰশাসনৰ শীৰ্ষ বিষয়াক লক্ষ্য কৰি আক্ৰমণৰ আশংকা, সতৰ্ক আমেৰিকাৰ চোৰাংচোৱা সংস্থা

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি.চি.-ত ‘ডাৰ্টি বোমা’ অথবা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ চলোৱাৰ সম্ভাৱ্য পৰিকল্পনা প্ৰস্তুত কৰিছে ইৰাণে। আমেৰিকাৰ নতুন চোৰাংচোৱা তথ্যৰ উদ্ধৃতি দি...

৫৭ সংখ্যক IFFIৰ Indian Panorama শাখালৈ নিৰ্বাচিত অসমীয়া ছবি ‘সূৰ্যমুখী’, Indian Panorama শাখাত স্থান লাভ কৰা একমাত্ৰ অসমীয়া ছবি ‘সূৰ্যমুখী’; ২২ নৱেম্বৰত হ’ব বিশ্ব...

অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ। ৫৭ সংখ্যক International Film Festival of India (IFFI), গোৱাত Indian Panorama শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি...

ভাৰতত ‘ভোট চোৰ’ শ্লোগান দি বিতৰ্কত ইটালীৰ নেতা গিয়াকোমো ফিলিবেক! ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰি ভিছাৰ নিয়ম উলংঘাৰ অভিযোগ বিজেপিৰ

তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে আয়োজন কৰা সন্মিলনত ইটালীৰ নেতাগৰাকীয়ে কৰা মন্তব্যক লৈ দেওবাৰে মুখ খুলিছিল বিজেপিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কিৰেন ৰিজিজু আদিয়ে সমালোচনাৰ লক্ষ্য...

‘কথা ৰখাৰ কোনো ইচ্ছাই নাছিল তেওঁৰ’: বেঞ্জামিন নেতান্যাহুক লৈ জ’ বাইডেনৰ বিস্ফোৰক মন্তব্য

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি বাৰে বাৰে দিছিল যদিও সেই প্ৰতিশ্ৰুতি পালন কৰাৰ কোনো ইচ্ছা তেওঁৰ নাছিল। ইজৰাইলৰ...

আজি ঘূৰ্ণীবতাহ ‘আকভান’ত পৰিণত হ’ব নিম্নচাপ! অৰ্ণৱ আৰু মুৰাছুৰ পিছত ৩ সপ্তাহত বংগোপসাগৰত তৃতীয়টো ঘূৰ্ণীবতাহৰ আশংকা

বংগোপসাগৰত কিয় সঘনাই সৃষ্টি হৈছে ঘূৰ্ণীবতাহ? দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা এটা গভীৰ নিম্নচাপে ক্ৰমাৎ শক্তি সঞ্চয় কৰিছে। সোমবাৰৰ ভিতৰত ই ঘূৰ্ণীবতাহত...

Popular