ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰে ভাৰতীয় মূলৰ ঋষি ছুনক

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰে ভাৰতীয়মূলৰ ঋষি ছুনক। সংকটত বৰ্তমানৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। পদত্যাগৰ দাবী উত্থাপন হৈছে বৰিছ জনছনৰ বিৰুদ্ধে। ২০২০ চনত ক’ভিডৰ বাবে যি লকডাউন দিয়া হৈছিল দেশখনত, সেই সময়তে নিয়ম ভংগ কৰি পাৰ্টী কৰাৰ অভিযোগ বৰিছ জনছনৰ বিৰুদ্ধে। এই অভিযোগক লৈ সংকটত প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছ জনছনৰ বিৰুদ্ধে পদত্যাগৰ দাবী বিৰোধীৰ। ব্ৰিটেইনৰ এটা আগশাৰী সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে যে, বৰিছ জনছনৰ স্থলাভিষিক্ত হ’ব পাৰে ভাৰতীয় মূলৰ বিত্তমন্ত্ৰী ঋষি ছুনাক। বৰিছ জনছনে পদত্যাগ কৰিবলৈ বাধ্য হ’লে ভাৰতীয় মূলৰ ঋষি ছুনাকে আটাইতকৈ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ প্ৰাৰ্থী। ইতিমধ্যে ক্ষমাও বিচাৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...