ইঞ্জিনত হোৱা বিসংগতিৰ বাবে হৈছিল ৰে’ল দুৰ্ঘটনা!

বৃহস্পতিবাৰে সন্ধিয়া বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ ১২টা ডবা লাইনচ্যুত হোৱাৰ পিছত শুকুৰবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই ৰে’ল দূৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰণ প্ৰদান কৰি মন্ত্ৰীজনে কয়, ৰে’লখনৰ Locomotive সঁজুলিত বিসংগতি সন্দেহ কৰা হৈছে। অৱশ্যে, দুৰ্ঘটনাটোৰ মুখ্য কাৰণটো এতিয়াও নিশ্চিত হোৱা নাই।

এই ৰে’ল দুৰ্ঘটনাত নিহত হোৱা পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য। গুৰুতৰভাৱে আহতসকললৈ ১ লাখ টকাৰ সাহায্য, আহতসকললৈ ২৫,০০০ টকাৰ সাহায্য আগবঢ়াইছে ৰে’ল বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...