শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পূৰ্বে সমস্যাত টীম ইণ্ডিয়া!

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত-শ্ৰীলংকাৰ টি-২০ শৃংখলা। এই শৃংখলাৰ পূৰ্বে সমস্যাত টীম ইণ্ডিয়া। আঘাতৰ বাবে টীম ইণ্ডিয়াৰ পৰা বাহিৰ দুই তাৰকা সূৰ্য কুমাৰ যাদৱ আৰু দীপক চহৰ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিছিল সূৰ্য কুমাৰ যাদৱে। দুই ক্ৰিকেটাৰৰ আঘাতে ভাৰতৰ মূল একাদশ গঠন কৰাতো বিপাঙত পেলাইছে দলীয় মেনেজমেণ্টক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...