টুইটাৰ, ইউটিউব, ফেচবুকে মানি চলিব লাগিব ভাৰতীয় সংবিধান, আইন-কানুন!

  • তথ্য প্ৰযুক্তি বিধিত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সংশোধন
  • টুইটাৰ,ফেচবুক, ইউটিউবসহ বিভিন্ন ইণ্টাৰমিডিয়াৰীলৈ নিৰ্দেশনা
  • ইণ্টাৰমিডিয়াৰীসমূহে মানি চলিব লাগিব ভাৰতীয় সংবিধান,আইন-কানুন
  • ইণ্টাৰমিডিয়াৰীৰ ব্লক, ছাছপেন্সনত ক্ষতিগ্ৰস্ত হোৱাসকললৈ সুযোগ
  • ব্লক–ছাছপেন্সনত অসুবিধাৰ সন্মুখীন হোৱা লোকে কৰিব পাৰিব আবেদন
  • ওজৰ নিষ্পত্তি আপীল কমিটীত ব্লকৰ বিৰুদ্ধে জনাব পাৰিব আবেদন
  • কমিটীৰ নিৰ্দেশ মানি চলিব লাগিব ফেচবুক, টুইটাৰ আদিয়ে
  • জনালে তথ্য-সম্প্ৰচাৰ বিভাগৰ জ্যেষ্ঠ উপদেষ্টা কাঞ্চন গুপ্তাই
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...