ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতৰ সহজ জয়

ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতৰ সহজ জয়। আহমেদাবাদত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৬ উইকেটত পৰাস্ত কৰে কেৰাবিয়ান বাহিনীক। টচত জয় লাভ কৰি বলিঙৰ নিৰ্ণয় লয় ভাৰতে।

ৱাশ্বিংটন সুন্দৰ আৰু চহলৰ দুৰ্দান্ত বলিঙৰ ফলত ১৭৬ ৰানতে বেটিং সমাপ্ত কৰে ৱেষ্ট ইণ্ডিছে। লক্ষ্য অনুসৰণ কৰি ২৮ অভাৰত খেলখনত জয় লাভ টীম ইণ্ডিয়াৰ। ভাৰতৰ হৈ বেটিঙত ৰোহিত শৰ্মাই সৰ্বাধিক ৬০ ৰান কৰে। উল্লেখযোগ্য যে এইখন ভাৰতৰ ১০০০তম এদিনীয়া মেচ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...