হাজোত এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। হাজোত আৰক্ষীৰ গুলীত আহত ৰাহুল হুছেইন নামৰ এজন‌। হাজোৰ ভৈল্যাবড়ীৰ কিশোৰী হত্যাৰ অভিযুক্ত ৰাহুল। নিশা তদন্তৰ বাবে লৈ গৈ থাকোতে আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। বাঁও ভৰিত গুলি লগা ৰাহুল হুছেইনক GMCHত ভৰ্তি।

Popular

More like this
Related

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ...

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম'হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম'হৰ...