৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ!

  • ৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ
  • দক্ষিণ আন্দামান সাগৰৰ ওপৰেদি আহি আছে ঘূৰ্ণী বতাহ
  • দক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগোপসাগৰৰ উপকূলীয় অঞ্চলত পৰিব ঘূৰ্ণী বতাহৰ প্ৰভাৱ
  • ওড়িশাৰ ১৮খন জিলাত হাই এলাৰ্ট
  • ৮মে’ত ঘূৰ্ণী বতাহৰ প্ৰকোপ তীব্ৰতৰ হোৱাৰ আশংকা
  • অসম আৰু পশ্চিম বংগতো ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰাৰ আশংকা
  • ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এই তথ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫: সৰুসজাইত ক্ৰীড়া বিভাগৰ উদ্যোগত প্ৰস্তুতি শিবিৰ

বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা আসন্ন সপ্তম...

পেহেলগামত হনিমুনলৈ গৈ কৰুণ মৃত্যু, সপোনবোৰ আৰু দিঠক নহয় কেতিয়াও

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত এতিয়া শোকাকুল পৰিৱেশ।...

NKTV PLUSত পেহেলগামৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী বৰ্ণনা EXCLUSIVE

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত উপস্থিত আছিল অসমৰ এটা...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল অসমৰ এটি পৰিয়াল

জম্মু-কাশ্মীৰৰ পেহেলগামত আবদ্ধ অসমৰ এটি পৰিয়ালমঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা...