- ৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ
- দক্ষিণ আন্দামান সাগৰৰ ওপৰেদি আহি আছে ঘূৰ্ণী বতাহ
- দক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগোপসাগৰৰ উপকূলীয় অঞ্চলত পৰিব ঘূৰ্ণী বতাহৰ প্ৰভাৱ
- ওড়িশাৰ ১৮খন জিলাত হাই এলাৰ্ট
- ৮মে’ত ঘূৰ্ণী বতাহৰ প্ৰকোপ তীব্ৰতৰ হোৱাৰ আশংকা
- অসম আৰু পশ্চিম বংগতো ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰাৰ আশংকা
- ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এই তথ্য