NHPCক লৈ ভয়াৱহ তথ্য প্ৰকাশ কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ প্ৰতিবেদনত

NHPCক লৈ ভয়াৱহ তথ্য প্ৰকাশ কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ প্ৰতিবেদনত
প্ৰতিবেদনত সঁচা প্ৰমাণিত হৈছে অসমৰ মানুহৰ শংকা
যোৱা ২১ এপ্ৰিলত NHPC পৰিদৰ্শন কৰিছিল বিদ্যুত প্ৰাধিকৰণৰ দলে
১ এপ্ৰিলত পানীৰ হেঁচাত ভাঙি পৰিছিল দুটা ইউনিটৰ সুৰক্ষাৰ পকীবেৰ

প্ৰথমে NHPC কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা চলাইছিল এই কথা
প্ৰতিবেদন স্পষ্টভাৱে উল্লেখ কৰা হৈছে ইউনিট দুটাৰ সুৰক্ষা পকীবেৰ খহি পৰাৰ বিষয়ে
বাৰিষাকালত পানীৰ অতিৰিক্ত হেঁচা সুৰক্ষা পকীবেৰৰ ওপৰত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে
সুকীয়া বিশেষজ্ঞ কমিটিৰ হতুৱাই এই বিষয়ে পৰীক্ষা কৰাৰ পোষকতা কৰা হৈছে প্ৰতিবেদনত
প্ৰতিবেদনত বাৰিষাৰ আগেয়ে পুনৰক্ষীণৰ কাম সমাপ্ত কৰিবলৈ পৰামৰ্শ
এই বিষয়ে এতিয়ালৈ NHPC কৰ্তৃপক্ষই ব্যৱস্থা নোলোৱাৰ অভিযোগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...