ঘোঁৰা গাড়ীৰে ক’লৈ নিছিল বৃহৎ পৰিমাণৰ চোৰাং কাঠ?

বকোৰ দক্ষিণ ৰঙাপানীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। ৰাইজে জব্দ কৰে ৫খনকৈ ঘোঁৰা গাড়ীসহ ২২ টাকৈ মূল্যবান চোৰাং কাঠৰ কুণ্ডা। বকোৰ মালিবাৰীৰ পৰা বৰপেটাৰ কাছুমাৰালৈ নিয়াৰ পথত নিশা ৰাইজে জব্দ কৰে চোৰাং কাঠখিনি। পাছত জব্দকৃত ঘোঁৰা গাড়ীসহ চোৰাং কাঠখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীক গতাই দিয়ে ৰাইজে। স্থানীয় ৰাইজে এনে কাৰ্যক প্ৰশংসা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...